ಪುಟದ ವಿಳಾಸವನ್ನು ನಕಲಿಸಿ ಟ್ವಿಟರ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ವಾಟ್ಸಪ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ ಫೇಸ್ಬುಕ್ ನಲ್ಲಿ ಹಂಚಿಕೊಳ್ಳಿ
ಗೂಗಲ್ ಪ್ಲೇನಲ್ಲಿ ಪಡೆಯಿರಿ
ಸಮಾನಾರ್ಥಕ ಮತ್ತು ವಿರೋಧಾಭಾಸಗಳೊಂದಿಗೆ অসমীয়া ನಿಘಂಟಿನಿಂದ ফুটনি ಪದದ ಅರ್ಥ ಮತ್ತು ಉದಾಹರಣೆಗಳು.

ফুটনি   বিশেষ্য

ಅರ್ಥ : বহুত বঢ়াই বঢ়াই কথা কোৱা কার্য

ಉದಾಹರಣೆ : তেওঁ সকলো সময়তে ফুটনি মাৰি থাকে তেওঁ বহুত ্আস্ফালন কৰি দেখুৱায়

ಸಮಾನಾರ್ಥಕ : আস্ফালন, ওফাইডাং, বৰ কথা

ಅರ್ಥ : ওকণীৰ কণী

ಉದಾಹರಣೆ : তাইৰ চুলিত লেখি ওকণী হৈছে

ಸಮಾನಾರ್ಥಕ : লিখা, লেখি

ಅರ್ಥ : নিজকে আনতকৈ বহুত বেছি যোগ্য, সমর্থ ্ বা জনা বুলি দেখুওৱা ভাব:অহংকাৰে মানুহৰ পতন আনে

ಉದಾಹರಣೆ :

ಸಮಾನಾರ್ಥಕ : অতিমান, অতি্দর্প, অস্মিতা, অহংকাৰ, অহংভাব, অহমিকা, আত্মম্ভ, আত্মম্ভৰিতা, আস্পর্দ্ধা, ওফাইদাং, ওৱাইদং, ঔদ্ধত্য, কেৰামত, কেৰামতালি, গণ্ডপ, গপ, গপ-ভেম, গপাগপি, গর্ব্ব, গর্ব্বভ্াব, গহ, গোমঠালি, গোলাপ, টকচালি, টিংখোপ, ডাঙ্কোপ, তমতমি, তায়া, দম্ভ, দর্প, দাম্ভিকতা, ধৃষ্টতা, পায়তাৰা, ফাতিহা, ফিতাহি, ফোপ-যহ, ফৰমাহি, বেয়াদপি, বৰকথা, বৰমতা, বৰমতালি, বৰাই, ভেম, ভৰক, ভৰকনি, মইমতালি, মতগর্ব, মতমতনি, মহত, মহতালি, হুমঠালি, ্ দম্ভালি, ্ ফর্মাহি