ಅರ್ಥ : যি লিপিৰ দ্বাৰা বুগী ভাষা লিখা হয়
ಉದಾಹರಣೆ :
বুগী লিপিত টাটু আদি অঁকা হয়
ಸಮಾನಾರ್ಥಕ : বুগী লিপি
ಅರ್ಥ : ছুলাৱেসী দ্বীপৰ জনসাধাৰণে কোৱা ভাষা
ಉದಾಹರಣೆ :
তেওঁ বুগী ভাষা ভালকৈ কʼব পাৰে
ಸಮಾನಾರ್ಥಕ : বুগী ভাষা
ಅರ್ಥ : ছুলাৱেসী দ্বীপৰ অধিবাসী
ಉದಾಹರಣೆ :
তেখেতে বুগীসকলৰ সৈতে ব্যৱসায় কৰিবলৈ গৈছে