ಸದಸ್ಯನಾಗು
ಪುಟ ವಿಳಾಸವನ್ನು ಕ್ಲಿಪ್ ಬೋರ್ಡ್ ಗೆ ನಕಲಿಸಿ.
ಅರ್ಥ : গুলি লোৱা বস্তুৰে পাতলকৈ দিয়া লেপন
ಉದಾಹರಣೆ : তেওঁ ্ গোবৰেৰে ঘৰ লিপিছে
ಸಮಾನಾರ್ಥಕ : লিচা, লিপা, লেও দিয়া, লেপন দিয়া, লেপা
ಅರ್ಥ : ঘঁহি-পিহি ধূলি বা ময়লা আদি চফা কৰা কার্য
ಉದಾಹರಣೆ : তেওঁ নতুন কাপোৰখনেৰে গাড়ী মচিছে
ಸಮಾನಾರ್ಥಕ : মজা, মোহৰা
ಸ್ಥಾಪನೆ