ಅರ್ಥ : কমলাৰ বাকলিৰ নিচিনা ৰং বা ৰঙা আৰু হালধীয়া মিহলাই উলিওৱা ৰং
ಉದಾಹರಣೆ :
চিত্রশিল্পীজনে কমলা ৰঙেৰে ছবিখন বুলাই আছে
ಸಮಾನಾರ್ಥಕ : কমলা, কমলা ৰং, সুমথিৰা ৰং
ಅರ್ಥ : নেমুজাতীয় এবিধ মজলীয়া আকাৰৰ গছ
ಉದಾಹರಣೆ :
কমলা গছৰ ফল খাবলৈ মিঠা, সুগন্ধি ৰসাল
ಸಮಾನಾರ್ಥಕ : কমলা, কমলা গছ, সুমথিৰা গছ, সোণতৰা গছ