सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : অধিকাৰ, প্রভাৱ আদিত
उदाहरणे : শ্যামে মোৰ অধীনত কাম কৰে
अर्थ : নিজৰ ইচ্ছাৰে একো কাম কৰিব নোৱাৰা অৱস্থাত পৰোঁতাজন
उदाहरणे : মই এই কামটো কৰিবৰ কাৰণে বাধ্য
समानार्थी : পৰবশ, বশীভূত, বাধ্য
अर्थ : যি কাৰোবাৰ বশীভূত হৈ আছে
उदाहरणे : ভাৰতবর্ষ বহু বছৰ ধৰি ইংৰাজৰ অধীনত আছিল
अर्थ : যি আনৰ অধীন
उदाहरणे : পৰাধীন লোক সজাত বন্দী ভাটৌৰ দৰে হয়
समानार्थी : গোলাম, পৰবশ, পৰাধীন
अर्थ : আজ্ঞা, অধিকাৰ আদিত কাৰোবাৰ তলত থাকোঁতা
उदाहरणे : নিজৰ অধীনস্থ ্কর্ম্্চাৰীসকলৰ লগত মীৰাই ব্যৱহাৰ নকৰিছিল
समानार्थी : অধীনস্থ
स्थापित करा