अर्थ : যিটো প্রকৃতি সম্বন্ধীয় নহয়
							उदाहरणे : 
							সাপে যদি খুটিবলৈ আৰু বাঘে যদি চিকাৰ কৰিবলৈ এৰি দিয়ে তেনেহʼলে ইয়াতকৈ ডাঙৰ অপ্রাকৃতিক ঘটনা আৰু কি হʼব পাৰে !
							
समानार्थी : অপ্রাকৃত
अर्थ : যি স্বাভাৱিক নহয়
							उदाहरणे : 
							আজিকালি ্ তেওঁৰ ্ মাজত কিছুমান অস্বাভাৱিক লক্ষণ দেখা গৈছে
							
समानार्थी : অতিস্বাভাৱিক, অপ্রাকৃত, অস্বাভাৱিক