सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : ওপৰৰ পৰা তলৰ ফালে অনা কার্য
उदाहरणे : কুঁৱলীৰ কাৰণে উৰাজাহাজ অৱতৰণত অসুবিধা হৈছে
समानार्थी : নমোৱা
अर्थ : ওপৰৰ পৰা তললৈ অহা কার্য
उदाहरणे : পাহাৰৰ পৰা অৱৰোহণ কৰাৰ সময়ত সাৱধান হোৱা উচিত
समानार्थी : অধোগতি, অধোগমন, অৱৰোহণ, নমা-, নমোৱা-
अर्थ : কোনো বিমান বন্দৰত উৰাজাহাজ নমা এক কার্য
उदाहरणे : লʼৰা-ছোৱালীবোৰে ঘৰৰ ছাদৰ পৰা উৰাজাহাজৰ অৱতৰণ চাই আছিল
स्थापित करा