सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যাৰ ওপৰত অপৰাধৰ অভিযোগ অনা হৈছে
उदाहरणे : অভিযুক্ত ব্যক্তিজনক পুলিচে ধৰি লৈ গʼল
समानार्थी : অভিযুক্ত
अर्थ : যাৰ ওপৰত অভিযোগ কৰা হৈছে (অপৰাধ)
उदाहरणे : তেওঁৰ ওপৰত আৰোপিত অভিযোগ মিছা আছিল
अर्थ : লগোৱা বা জাপি দিয়া
उदाहरणे : জীয়েকৰ আৰোপিত কথাত ক্ষুন্ন হৈ তেওঁ আত্মহত্যা কৰিলে
स्थापित करा