अर्थ : ব্রিটেইনৰ লগতে পৃথিৱীৰ অন্যান্য দেশতো প্রচলিত ইংৰাজসকলৰ ৰাজভাষা
उदाहरणे :
তেওঁ হিন্দীৰ লগতে ইংৰাজী ভাষাও সলসলীয়াকৈ কʼব পাৰে
समानार्थी : ইংলিচ, ইংৰাজী ভাষা
अर्थ : যি বিষয়ত ইংৰাজী ভাষা আৰু ইয়াৰ সাহিত্য, ব্যাকৰণ আদিৰ অধ্যয়ন কৰা হয়
उदाहरणे :
তেওঁ প্রথম শ্রেণীৰ পৰাই ইংৰাজী পঢ়ায়