सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : উদ্যম বা উদ্যোগ কৰোতা ব্যক্তি
उदाहरणे : ধীৰুভাই আম্বানি এজন প্রসিদ্ধ উদ্যোগী আছিল
समानार्थी : উদ্যমী
अर्थ : প্রয়াস বা উদ্যম থকা ব্যক্তি
उदाहरणे : প্রকৃত উদ্যমীৰ কাৰণে একোৱেই অসম্ভৱ নহয়
अर्थ : কোনো কামত উদ্যম লৈ লাগি থকা
उदाहरणे : মোৰ মা এগৰাকী উদ্যোগী মহিলা
समानार्थी : উদ্যমী, কাজী
अर्थ : প্রয়াস বা চেষ্টা কৰোঁতাজন
उदाहरणे : উদ্যমী লোকৰ কাৰণে একোৱেই অসম্ভৱ নহয়
समानार्थी : উদ্যমী, চেষ্টাশীল, প্রয়াসশীল
स्थापित करा