सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : উলহ-মালহেৰে পালন কৰা কোনো ডাঙৰ জাতীয়, ধার্মিক বা সামাজিক মাঙ্গলিক বা শুভ কার্য
उदाहरणे : স্বাধীনতা দিৱস আমাৰ ৰাষ্ট্রীয় উৎসৱ
समानार्थी : উছৱ, পর্ব, পৰব, ্উৎসৱ-পার্বণ
अर्थ : উৎসৱ পালনৰ কাৰণে বেলেগকৈ ৰখা দিন বা সময়াবধি
उदाहरणे : ঈদৰ উৎসৱ আকৌ কেতিয়া আহিব?
समानार्थी : সমাৰোহ
अर्थ : অতি উলহ-মালহেৰে ডাঙৰকৈ আয়োজন কৰা সার্বজনীন মাংগলিক কার্য:আমাৰ বিদ্যালয়ত শিশু দিৱস উপলক্ষে এখনি বহু ডাঙৰ সমাৰোহৰ আয়োজন কৰা হৈছে
उदाहरणे :
समानार्थी : উছব, মহোৎসৱ, মেলা, সমাৰোহ
स्थापित करा