सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কোনো কার্য, ্স্থান বা দেশৰ ওপৰত এজন ব্যক্তি, দল বা সমাজৰ আধিপত্য
उदाहरणे : এসময়ত ভাৰতৰ ওপৰত ইংৰাজৰ একাধিপত্য আছিল
अर्थ : কোনো বস্তু, কার্য ্বা ব্যৱসায় আদিত কোনো ব্যক্তি, দল বা সমাজৰ থকা সম্পূর্ণ অধিকাৰ
उदाहरणे : এই ব্যৱসায়টোত তেখেতৰ একাধিপত্য আছে
समानार्थी : একাধিকাৰ
स्थापित करा