सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যি উপকৰণেৰে কিবা লিখা হয় যিহৰ দ্বাৰা লিখাৰ কাম কৰা হয়
उदाहरणे : প্রাচীন কালত মৌৰাৰ পাখি কলমৰ ৰূপত ব্যৱহাৰ কৰিছিল
समानार्थी : কাপ
अर्थ : কাগজ আদিত চিঞাহীৰ সংযোগত লিখা উপকৰণ
उदाहरणे : এই কলমটো মোক এজন বন্ধুৱে উপহাৰস্বৰূপে দিছে
समानार्थी : কাপ, নিজৰি কাপ, পেন, লেখনী
अर्थ : কাঠ, ইকৰা আদিৰে তৈয়াৰ কৰা কোনো লেখন উপকৰণ যাক চিয়াহীত ডুবাই-ডুবাই লিখা হয়
उदाहरणे : ছাত্রই ইকৰাৰ কলমেৰে লিখি আছে
समानार्थी : লেখনি
स्थापित करा