सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : শুকান ঘাঁহ আদিৰ টুকুৰা
उदाहरणे : চৰাইয়ে কুটা কঢ়িয়াই কঢ়িয়াই নিজৰ বাহ সাজি আছে
समानार्थी : খেৰ-কুটা
अर्थ : ধূলি-বালি আদিৰ কণা চকুত সোমালে হোৱা পীড়া বা কষ্ট
उदाहरणे : মোৰ চকুত কুটা সোমাইছে
अर्थ : খুন্দা বা কুটাৰ কার্য
उदाहरणे : শ্যামে ধান কুটাৰ পিছত ্ঘেঁহু পিচি আছে
समानार्थी : খুন্দা, বনা
अर्थ : কোনো বস্তুক দাঁতেৰে সৰু-সৰু টুকুৰা কৰা কার্য
उदाहरणे : মোৰ ঘৰত এটা ডাঙৰ নিগনিয়ে দিনে-ৰাতিয়ে কিবা নহয় কিবা কুটি থাকে
समानार्थी : কুটি থকা
अर्थ : পোক পৰুৱাই কাগজ কাপোৰ আদি খোৱা কার্য
उदाहरणे : উঁই ্পৰুৱাই আলমাৰিত থকা কিতাপবোৰো কুটিলে
समानार्थी : কুটি খোৱা
अर्थ : কুটি থোৱা
उदाहरणे : কুটা মাংসৰ পৰা কেইবা প্রকাৰৰো ব্যঞ্জন তৈয়াৰ কৰিব পাৰি
स्थापित करा