सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যʼত শুল্ক বা কৰ লগা নাই
उदाहरणे : এই হস্পিতালখনৰ সকলোবোৰ সুবিধাই কৰমুক্ত
समानार्थी : কৰহীন, নিষ্কৰ, লাখেৰাজ
अर्थ : যাৰ ওপৰত কৰ বা মাছুল লগোৱা হোৱা নাই
उदाहरणे : দোকানীজনে কৰমুক্ত খাদ্যৰ এখন তালিকা প্রস্তুত কৰি আছে
समानार्थी : কৰ মুক্ত
अर्थ : যʼত কৰ আৰোপ কৰা হোৱা নাই
उदाहरणे : ৰজাই দুর্ভিক্ষৰ কাৰণে প্রজাক কৰমুক্ত কৰি দিলে
समानार्थी : কৰহীন
स्थापित करा