सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : বেৰ আদিত বিন্ধিবলৈ কাঠ, লোহা আদিৰে নির্মিত শকত পিন
उदाहरणे : সীতাই কাপোৰ ওলমাবলৈ বেৰত গজাল মাৰিছে
समानार्थी : গজাল, গোঁজ
अर्थ : সৰু আৰু চুটি খুঁ্টা
उदाहरणे : ৰতনে চৰণীয়া পথাৰৰ সো-মাজত এটা খুঁটি পুতি ছাগলীজনী বান্ধি দিলে
अर्थ : নাও বান্ধিবৰ কাৰণে ঘাট আদিত থকা ডাঙৰ খুটা বিশেষ
उदाहरणे : সদায় সন্ধিয়া হোৱাৰ লগে লগে নাৱিকে নাওখন খুঁটিত বান্ধি থয়
समानार्थी : নাও খুঁটি
स्थापित करा