सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : চলাচল কৰা ঢং
उदाहरणे : তুমি এনেকৈ ঢলং-পলং খোজেৰে কিয় গৈ আছে
समानार्थी : খোজ-কাটল
अर्थ : খোজকাঢ়িবলে বা দৌৰিবলে এঠাইৰ পৰা উঠাই আন এঠাইত ভৰি ৰখা কার্য
उदाहरणे : তেওঁ ্সোনকালে ঘৰ গৈ পাবলে দীঘল-দীঘলকৈ খোজ দিছিল
समानार्थी : কদম
अर्थ : এটা খোজেৰে ঠিক কৰা দূৰত্ব
उदाहरणे : মোৰ ঘৰ ইয়াৰ পৰা প্রায় আঠ-দহ খোজ দূৰত অৱস্থিত
अर्थ : কোনো বস্তু কʼত কেনেকৈ আছে সেইয়া চাবৰ কাৰণে বা পাবলৈ বিচাৰ কৰা কার্য
उदाहरणे : কলম্বাছে আমেৰিকাৰ আৱিষ্কাৰ কৰিছিল
समानार्थी : আৱিষ্কাৰ, সন্ধান
स्थापित करा