सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কাৰোবাৰ পৰা কিবা লোৱা কার্য
उदाहरणे : ৰেখাই মুখ্য অতিথিৰ পৰা পুৰস্কাৰ গ্রহণ কৰিলে
समानार्थी : লোৱা-
अर्थ : কোনো উজ্জ্বল জ্যোতিপিণ্ডই সূর্য, চন্দ্র্ বা অন্য কোনো উজ্জ্বল পিণ্ডৰ সন্মুখত উপস্থিত হৈ তাক ঢাকি ধৰা অৱস্থা:অমাৱস্যাতহে সূর্যগ্রহণ হয়
उदाहरणे :
समानार्थी : গ্রাস
अर्थ : নিজৰ কৰা বা গ্রহণ কৰা কার্য
उदाहरणे : বিবাহৰ দুবছৰ পিছতো বৰুণে নিজৰ পত্নীক স্বীকাৰ কৰিব নোৱাৰিলে
समानार्थी : মঞ্জুৰ, স্বীকাৰ
स्थापित करा