सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কোনো বস্তু আদিৰ গুণ-দোষ চিনাক্ত কৰিব পৰা ব্যক্তি
उदाहरणे : আমাৰ শিক্ষাগুৰু এজন ভাল জহুৰী, তেখেতে কোনো ব্যক্তিৰ আদব-কায়দা চাই তেওঁৰ মহত্ত্বৰ বিষয়ে কʼব পাৰে
अर्थ : যিয়ে ৰত্ন আদিক ভালদৰে পৰীক্ষা কৰে
उदाहरणे : এজন ভাল জহুৰী লগত লৈহে ৰত্ন আদি আচল নে নকল চিনিব পাৰি
समानार्थी : জহৰী
स्थापित करा