सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : আনৰ শৰীৰ বা শৰীৰৰ কোনো ভাগক কাপোৰ আদিৰে ঢকা কার্য
उदाहरणे : দেউতাকে শুই থকা শিশুটোৰ গাত কাপোৰ দিলে
समानार्थी : উৰি দিয়া, দিয়া
अर्थ : কোনো কাম আদি কৰিবৰ কাৰণে কাৰোবাৰ জিম্মাত দিয়া বা লোৱা
उदाहरणे : মালিকে সকলো কাম মোৰ ওপৰত জাপি দিলে
अर्थ : কোনোৱে নিবিচাৰিলেও তেওঁৰ ওপৰত ্দায়িত্ব আদি ্অর্পণ ্কৰা
उदाहरणे : তেওঁ ্যোৱাৰ আগতে নিজৰ সকলো কাম মোৰ ওপৰত জাপি থৈ গʼল
समानार्थी : থেলি থোৱা
स्थापित करा