सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : পানী বা আন কোনো তৰল পদার্থত সম্পূর্ণৰূপে সোমাই যোৱা:ধুমুহাৰ কাৰণেই জাহাজখন পানীত ডুবিল
उदाहरणे :
समानार्थी : বুৰা
अर्थ : কোনো বস্তু কাম আদি নষ্ট হৈ যোৱা
उदाहरणे : তেওঁৰ ব্যৱসায় সম্পূর্ণৰূপে ডুবিল
समानार्थी : নষ্ট হোৱা
अर्थ : ডুব যোৱা
उदाहरणे : পশ্চিমত মাৰ যোৱা সূর্য পূৱত উদয় হয়
समानार्थी : অস্ত, মাৰ যোৱা
स्थापित करा