सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : উত্তৰৰ সন্মুখৰ দিশ
उदाहरणे : মোৰ ঘৰ ইয়াৰ পৰা দক্ষিণত আছে
समानार्थी : দখিণ
अर्थ : এশ আশী ডিগ্রীত থকা প্রধান দিক্্সূচক বিন্দু
उदाहरणे : দক্ষিণ সদায় দক্ষিণ দিশৰ ফালেই থাকে
अर्थ : দক্ষিণ দিশত অৱস্থিত ৰাজ্য বা প্রদেশ
उदाहरणे : সুৰেশ দক্ষিণৰ অধিবাসী
अर्थ : দক্ষিণৰ সৈতে সম্বন্ধ থকা
उदाहरणे : সোমবাৰৰ পৰা নাটো বাহিনীয়ে দক্ষিণ আফগানিস্থানত সেনা অভিযান চলায় নিজৰ পৰিৱেশ নিজৰ নিয়ন্ত্রণত আনিলে
समानार्थी : দক্ষিণী
स्थापित करा