सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : খালী ঠাই আদি পূর্ণ কৰিবলৈ কোনো বস্তু আদি ঢলা কার্য
उदाहरणे : শ্রমিকসকলে ৰাস্তাৰ কাষৰ গাঁত পুতিছে
समानार्थी : পূৰোৱা, ভর্তি কৰা, ভৰোৱা
अर्थ : দীঘল বস্তু আদিৰ গুৰি অংশ বা কোনো এটা মূৰ কোনো গাঁতত থিয় কৰা কার্য
उदाहरणे : খেতিয়কে গৰুবোৰ বান্ধিবৰ কাৰণে খুটি পুতি আছে
समानार्थी : পুতি থকা
अर्थ : গাঁত খান্দিলৈ তাত কোনো বস্তু ৰাখি মাটিৰে ঢাকি দিয়া কার্য
उदाहरणे : ইছলাম ধর্মত শৱ ্পোতা হয়
स्थापित करा