सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : বনস্পতিত থকা মঙহ বা বীজেৰে ভৰপূৰ বীজকোষ, যি কোনো বিশিষ্ট ঋতুত ফুল হোৱাৰ পিছত উৎপন্ন হয়
उदाहरणे : তেওঁ ফলৰ ্ দোকানৰ পৰা এক কিলো আম কিনিলে
समानार्थी : ফলমূল
अर्थ : কোনো কামৰ অন্তত তাৰ ফলস্বৰূপে হʼবলগীয়া কার্য ্ বা ঘটনা
उदाहरणे : তেওঁৰ ্ কামৰ পৰিণাম বৰ বেয়া হʼল
समानार्थी : প্রতিফল, পৰিণতি, পৰিণাম, ফলশ্রুতি, ফলাফল, সুফল
अर्थ : কিহবাৰ অন্তত তাৰ পৰিণাম স্বৰূপে হোৱা
उदाहरणे : ধুমপানৰ প্ৰতিফল হৈছে কেন্সাৰ বেমাৰ
समानार्थी : প্ৰতিফল
स्थापित करा