सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কাগজ আদি ভালদৰে ৰাখিবৰ কাৰণে চাৰিওমূৰ মেৰিয়াই বনোৱা আৱৰণ বিশেষ
उदाहरणे : ককাদেউতাই গুৰুত্বপূর্ণ নথি-পত্রবোৰ ফাইলত ৰাখে
अर्थ : কোনো এক বিষয় অথবা মোকর্দ্্মাৰ সৈতে সম্বন্ধ থকা কিছুমান কাগজ-পত্রৰ থূপ
उदाहरणे : পিয়নজনে ফাইলটো লৈ গৈছে
समानार्थी : নথি
स्थापित करा