सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : অপৰাধী, শত্রু আদি ধৰা কার্য
उदाहरणे : পুলিচে স্পর্শ্্কাতৰ এলেকাৰ অপৰাধীবোৰক বন্দী কৰিবলৈ আৰম্ভ কৰিছে
समानार्थी : কয়দ
अर्थ : যিজন ব্যক্তিক বলপূর্বক্্ভাৱে কোনোৱে ৰাখি থৈছে
उदाहरणे : পুলিচে দুজন বন্দীলোকক উগ্রপন্থীৰ হাতৰ পৰা মুক্ত কৰিলে
अर्थ : কোনো ঠাই আদিত বন্দী কৰি ৰখা কার্য
उदाहरणे : পণ্ডিত জৱাহৰলাল নেহৰুৱে কাৰাবাস খাতি থাকোতেও একেৰাহে লিখা-মেলা কৰি আছিল
समानार्थी : কাৰাবাস, কয়েদ
अर्थ : যাক জেলত ৰখা হৈছে বা জেলৰ শাস্তি বিহা হৈছে
उदाहरणे : এজন কয়দী জেলৰ পৰা পলাল
समानार्थी : কাৰাবাসী, কয়দী
स्थापित करा