सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কোনো বিশেষ কাৰণত ব্যৱহাৰ কৰিবৰ কাৰণে ৰাখি থোৱা
उदाहरणे : শ্যামে নিৰ্দিষ্ট পোছাক পৰিধান কৰি সমাৰোহলৈ আহিছিল
समानार्थी : নিৰ্দিষ্ট
अर्थ : যিটো কোনো বিশেষত্বযুক্ত
उदाहरणे : তেওঁ বিশিষ্ট কামহে কৰে
समानार्थी : বিশিষ্ট
अर्थ : সাধাৰণতকৈ অতিৰিক্ত তথা তাতকৈ অলপ আগবঢ়া বা যিমান হোৱা উচিত বা হয় তাতকৈ অলপ অধিক
उदाहरणे : মই ইয়াত এক বিশেষ কামৰ কাৰণে আহিছোঁ
समानार्थी : জৰুৰী
स्थापित करा