सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কোনো দেৱ-দেৱতাক অর্চন ্ কৰা ভোগ সামগ্রী:ভগৱানৰ পূজাত নৈবেদ্য দিছে
उदाहरणे :
समानार्थी : নৈবেদ্য, শৰাই
अर्थ : কোনো বস্তুৰ ব্যৱহাৰ কৰি সুখ বা মজা লোৱা কার্য
उदाहरणे : এই কার্যালয়টোৰ সকলো বিষয়ববীয়াই কার্যালয়ৰ বস্তুবোৰৰ খুউব উপভোগ কৰে
समानार्थी : উপভোগ
अर्थ : সুখ-দুখ আদিৰ অনুভৱ কৰা কার্য
उदाहरणे : মানুহে নিজৰ ্কর্মৰ ফল ্ভোগ কৰিবলগীয়া হয়
स्थापित करा