अर्थ : যিজনে প্রায়েই অত্যধিক মদ পান কৰে
							उदाहरणे : 
							মদাহীটো মদ খোৱাৰ পিছত নলাটোত সৰি পৰিল
							
समानार्थी : মদাহী
अर्थ : অত্যধিক মদ পান কৰোতা
							उदाहरणे : 
							মদ্যপায়ীয়ে সংসাৰত কিমান যে আলৈ-আহুকালৰ সৃষ্টি কৰে
							
समानार्थी : তেবাহী মদপী, মদ্যপায়ী