पृष्ठाचा पत्ता कॉपी करा ट्विटर वर सामायिक करा व्हाट्सएप वर सामायिक करा फेसबुक वर सामायिक करा
गूगल प्ले वर जा
অসমীয়া शब्दकोषातील লেখনি शब्दाचा अर्थ आणि समानार्थी शब्द आणि प्रतिशब्दांसह उदाहरणे.

লেখনি   বিশেষ্য

अर्थ : কোনো বিষয়ৰ ওপৰত লিখি প্রকাশ কৰা বস্তু

उदाहरणे : তেওঁৰ শিক্ষাহীনতাৰ ওপৰত লিখা লেখাটো আজিৰ বাতৰি কাকতত প্রকাশ পাইছে

समानार्थी : লিখনি, লেখা

अर्थ : লিখা বস্তু

उदाहरणे : তেওঁ ্সাহিত্যিকৰ লেখনি পঢ়ি ভাল পায়

समानार्थी : লিখনি

अर्थ : কাঠ, ইকৰা আদিৰে তৈয়াৰ কৰা কোনো লেখন উপকৰণ যাক চিয়াহীত ডুবাই-ডুবাই লিখা হয়

उदाहरणे : ছাত্রই ইকৰাৰ কলমেৰে লিখি আছে

समानार्थी : কলম