अर्थ : শৰীৰৰ বল
							उदाहरणे : 
							সুষম আহাৰ খাবলৈ নাপালে শক্তি কমি যায়
							
समानार्थी : জোৰ, শকতি, শাৰীৰিক বল, শাৰীৰিক শক্তি
अर्थ : প্রাকৃতিক ভাণ্ডাৰ
							उदाहरणे : 
							বিজুলীশক্তিৰ উৎপাদন প্রাকৃতিক শক্তিৰ পৰা কৰা হয়
							
अर्थ : তন্ত্রত বর্ণিত এগৰাকী অধিষ্ঠাত্রী দেৱী যাৰ উপাসনা কৰা সকলক শাক্ত বুলি কোৱা হয়
							उदाहरणे : 
							প্রাচীন কালৰ পৰা শক্তিৰ উপাসনা চলি আহিছে
							
अर्थ : কোনোৱে কিবা কৰিব পৰাৰ যোগ্যতা
							उदाहरणे : 
							কিছুমান মানুহে নিজৰ অধিকাৰৰ অপব্যৱহাৰ কৰে
							
समानार्थी : অধিকাৰ
अर्थ : হেঁ্চা প্রয়োগ কৰাৰ ফলস্বৰূপে উৎপন্ন হোৱা শক্তি
							उदाहरणे : 
							পানীৰ অত্যধিক চাপৰ কাৰণে বান্ধটো ভাঙিল
							
समानार्थी : চাপ