अर्थ : চালৰ যি গুণৰ বাবে চুলে বা হেচিলে অনুভৱ হয়
							उदाहरणे : 
							অংগবোৰৰ পক্ষাঘাতৰ ফলত সেই অংগৰ সংবেদনশীলতাও নোহোৱা হৈ যায়
							
अर्थ : সংবেদনশীল হোৱা অৱস্থা বা ভাৱ
							उदाहरणे : 
							চৰকাৰে ৰাইজৰ সমস্যাসমূহৰ সমাধান সংবেদনশীলতাৰে কৰিব লাগে