सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : দহটা এশ যোগ কৰিলে যি সংখ্যা পোৱা যায়
उदाहरणे : পাঁচশ আৰু পাঁচশ মিলি হাজাৰ হয়
समानार्थी : সহস্র
अर्थ : অংকৰ গণনাত এককৰ ফালৰ পৰা গণনা কৰিলে চতুর্থ ্স্থানত পোৱা সেই মান যʼত এক হাজাৰ গুণিতকৰ বোধ জন্মে
उदाहरणे : পাঁচ হাজাৰ দুইত পাঁচটো হাজাৰৰ স্থানত আছে
समानार्थी : হেজাৰ
अर्थ : দহ শ
उदाहरणे : তেওঁ ্মোৰ পৰা হাজাৰ টকা ধাৰ লʼলে
समानार्थी : এহাজাৰ, এহেজাৰ, সহস্র, হেজাৰ
स्थापित करा