सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কোনো নির্দিষ্ট সময়, তিথি, বাৰ বা উপলক্ষত বস্তু বিক্রী কৰা স্থান বিশেষ
उदाहरणे : লʼৰা-ছোৱালীকেইটালৈ বজাৰৰ পৰা কাপোৰ আনিবলৈ আছে
समानार्थी : বজাৰ
अर्थ : কোনো নির্দিষ্ট সময়, বাৰ, তিথি বা উপলক্ষত দোকান আদি বহা কার্য
उदाहरणे : ইয়াত প্রতি শনিবাৰে বজাৰ বহে
अर्थ : যি ঠাইত হৰেক ৰকমৰ বস্তু বিক্রী হয়
उदाहरणे : তেওঁ কিছুমান বস্তু কিনিবলৈ বজাৰলৈ গৈছে
समानार्थी : বজাৰ, মার্কেট, হাটখোলা
स्थापित करा