सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : বস্তুৰ আদান-প্রদানৰ প্রক্রিয়া
उदाहरणे : বস্তুৰ বিনিময় কৰাৰ প্রণালী অতি প্রাচীন
समानार्थी : অদলী-বদলী, আদান-প্রদান, বিনিময়, ৰদ-বদল
अर्थ : এটাক এৰি তাৰ ঠাইত আনক গ্রহণ কৰা কার্য
उदाहरणे : বিক্রী হোৱা বস্তুৰ ৰদ-বদল নহয়
समानार्थी : ৰদ-বদল
स्थापित करा