सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : অধিকাৰহীন হোৱা অৱস্থা বা অধিকাৰ নোহোৱা বা প্রভুত্বৰ অভাৱ
उदाहरणे : এই সম্পত্তিৰ ওপৰত ্তেওঁৰ অধিকাৰহীনতা প্রমাণ হোৱাৰ পিছত ্তেওঁ নিজৰ দাবী এৰিব লগাত পৰিল
समानार्थी : অধিকাৰহীনতা, অনধিকাৰিতা
अर्थ : অধিকাৰ নিদিয়া বা অধিকাৰ ৰহিত
उदाहरणे : আপুনি আমাক বেলেগ কৰাৰ অনধিকাৰ চেষ্টা চলায় আছে
समानार्थी : স্বত্বহীন
स्थापित करा