सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : আফগানৰ অধিবাসী
उदाहरणे : বোমা বিস্ফোৰণত পঞ্চাশজন আফগানী আহত হৈছে
समानार्थी : আফগান
अर्थ : আফগানিস্তানত চলা মুদ্রা
उदाहरणे : পাঠানজনে আফগানীৰ সলনি টকা খুজিছিল
अर्थ : আফগানিস্তানত বাস কৰাসকল
उदाहरणे : ভাৰতীয় সীমা সুৰক্ষাকাৰীসকলে কিছুমান আফগানী লোকক সীমা পাৰ কৰোতে ধৰিলে
अर्थ : আফগানিস্তান সম্বন্ধীয় বা আফগানিস্তানৰ
उदाहरणे : আফগানী পাঠান প্রায়েই মেৱা বেচিবলৈ আহিছিল
स्थापित करा