सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : ভাঙৰ দৰে নিচাযুক্ত দ্রব্য পোৱা এবিধ উদ্ভিদ:তেওঁ ঘৰৰ পিছফালে আফিঙৰ খেতি কৰিছে
उदाहरणे :
समानार्थी : অহিফেণ, কানি
अर्थ : আফুগছৰ আঠাৰ তিতাসোৱাদৰ নিচাযুক্ত বিষাক্ত অংশ
उदाहरणे : সুৰেশৰ আফিং নোখোৱালৈকে টোপনি নাহে
समानार्थी : আফু
अर्थ : আফিং সম্বন্ধীয় বা আফিঙৰ
उदाहरणे : মুস্তাখে আফিং ব্যৱসায়ত হাত দিব বিচৰা নাই
समानार्थी : আফিঙযুক্ত
स्थापित करा