सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : যি জানিবলৈ ইচ্ছা কৰে বা জিজ্ঞাস কৰে
उदाहरणे : সৎসংগত সন্তজনে জিজ্ঞাসুসকলৰ প্রশ্নৰ উত্তৰ বৰ আগ্রহেৰে দি আছিল
समानार्थी : অনুসন্ধিৎসু, কুতুহলী, কৌতূহলী, জিজ্ঞাসু
अर्थ : যিজনে জানিবলৈ ইচ্ছা প্রকাশ কৰে
उदाहरणे : শিক্ষাগুৰুৱে আনন্দ মনেৰে উৎসুক শিক্ষার্থীসকলৰ প্রশ্নৰ উত্তৰ দি আছিল
समानार्थी : জিজ্ঞাসু
अर्थ : যাৰ মনত কোনো তীব্র অভিলাষ থাকে বা যি কোনো কাম বা কথাৰ বাবে অধীৰ হৈ থাকে
उदाहरणे : চিনেমা চাবলৈ উৎসুক লʼৰা-ছোৱালীহঁত সোনকালে ওলোৱা
स्थापित करा