सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : বেৰ আদিত বিন্ধিবলৈ কাঠ, লোহা আদিৰে নির্মিত শকত পিন
उदाहरणे : সীতাই কাপোৰ ওলমাবলৈ বেৰত গজাল মাৰিছে
समानार्थी : খুঁটি, গোঁজ
अर्थ : কʼৰবাত বিন্ধিবলৈ বা পুতিবলৈ ব্যৱহাৰ কৰা লোহা বা কাঠৰ মিহি খুঁটি
उदाहरणे : ৰামে কাপোৰ ওলমাবলৈ বেৰত গজাল মাৰিছে
समानार्थी : গোঁজ
अर्थ : ধাতুৰে তৈয়াৰী শাল বা খিলা
उदाहरणे : তেওঁ চিগা চেণ্ডেলজোৰত গজাল মাৰি আছে
स्थापित करा