अर्थ : আদালতত কোনো গোচৰ উপস্থাপন কৰা ব্যক্তি
उदाहरणे :
ফৰিয়াদীয়ে নিজৰ পক্ষক সবল কৰিবলৈ ভালেমান প্রমাণ গোটাইছে
समानार्थी : অভিযোগকাৰী, ফৰিয়াদী
अर्थ : অভিযোগ লগোৱা কার্য
उदाहरणे :
তেওঁ বহুত ্ ভাবি-চিন্তি গুচৰীয়াৰ আঁচনি প্রস্তুত কৰিছে
समानार्थी : ফৰিয়াদী