सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কোনো বস্তু মোহাৰিলে বা খুন্দিলে যি অৱশিষ্ট পোৱা যায়
उदाहरणे : লʼৰাটোৱে লদা মাটিডোখৰ কাটি-কাটি গুৰি কৰিলে
अर्थ : কোনো টান বস্তুক হাত বা কোনো সঁজুলিৰ সহায়ত জোৰেৰে এনেদৰে হেঁ্চা প্রয়োগ কৰা যাৰ ফলত সি সৰু সৰু টুকুৰাত খণ্ড-বিখণ্ড হৈ পৰে
उदाहरणे : আলু-পৰঠা বনাবৰ কাৰণে ললিতাই সিজোৱা আলুবোৰ পিটিকি আছে
समानार्थी : পিটিকা
अर्थ : কুটা বা পিচি গুৰি কৰা কাৰ্য
उदाहरणे : মছলা পিচা হʼল
समानार्थी : পিচা, বটা
स्थापित करा