सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : গাড়ী অথবা কল-কাৰখানা আদিত লগোৱা চক্র বিশেষ যাক ধুৰাত লগাই ঘূৰালে গাড়ী বা কল-কাৰখানা চলোৱা হয়
उदाहरणे : এই গাড়ীখনৰ আগ চকাটো বেয়া হৈ গʼল
समानार्थी : চকা
अर्थ : মৌমাখি আদিৰ ঘৰ
उदाहरणे : এইজোপা গছত মৌমাখিয়ে চাক সাজিছে
समानार्थी : মৌচাক
अर्थ : খুটিৰ ওপৰত ঘূৰি থকা যি চক্রত কুমাৰে বাচন তৈয়াৰ কৰে
उदाहरणे : কুমাৰে বাচন বনাবৰ বাবে চাকখন ঘূৰালে
स्थापित करा