सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : সেই অনুসৰি
उदाहरणे : উচ্চ আদর্শৰ ্কথা সকলোৱে কয় কিন্তু তদনুৰূপ কিমান মানুহ চলে?
समानार्थी : তদনুযায়ী, তদনুসাৰে, তদনুসৰি
अर्थ : তাৰ সমান বা ৰূপৰ
उदाहरणे : গণেশৰ মূর্তিটোৰ তদনুৰূপ আৰু দহটা মূর্তি সাজি দিয়ক
अर्थ : যিটো হয় বা হৈছে, সেই অনুসৰি বা প্রথমটোৰ অনুসৰি
उदाहरणे : গুৰুৰ আদেশৰ তদনুৰূপ আদর্শ ্মানি চলা উচিত
समानार्थी : তদনুকূল
स्थापित करा