सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কোনো বস্তু বিক্রী কৰাৰ কাৰণে নিশ্চিত বা স্থিৰ কৰা মূল্য
उदाहरणे : আজিকালি আলুৰ দাম বহুত বাঢ়িল
समानार्थी : দৰ
अर्थ : কোনো বস্তু কিনিলে বা বেচিলে তাৰ সলনি দিবলগীয়া ধন:এই গাড়ীখনৰ দাম কিমান?
उदाहरणे :
समानार्थी : দৰ, নিৰিখ, বেচ, ভাও, মূল্য, হাৰ
अर्थ : কোনো বস্তুৰ সেই গুণ বা যোগ্যতা বা উপযোগিতা যাৰ আধাৰত তাৰ আর্থিক মূল্য নি্র্ধাৰণ কৰা হয়
उदाहरणे : হীৰাৰ মূল্য জহুৰীয়েহে জানে
समानार्थी : মূল্য
स्थापित करा