सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কেইবাজনো মানুহে কান্ধত তুলি ভাৰ বৈ নিয়া এবিধ বাহন
उदाहरणे : কইনা দোলাত বহি আছে
अर्थ : চন্দুকৰ নিচিনা দোলাতকৈ অলপ ভিন্ন আকৃতিৰ বাহন যাক কঁ্হাৰে কান্ধত লৈ যায়
उदाहरणे : ৰজাই দোলাত বহি নগৰ ভ্রমণ কৰিবলৈ ওলালে
समानार्थी : পাল্কী
अर्थ : মন চঞ্চল হোৱা অৱস্থা
उदाहरणे : ৰাধাৰ সুন্দৰতা দেখি মোহনৰ মনত দোলা দি গʼল
समानार्थी : দোলা দিয়া
अर्थ : ঝুলনাত বহি দুলি থকা কার্য
उदाहरणे : তেওঁ ্এঘণ্টা ধৰি দুলি আছে
समानार्थी : দুলি থকা
स्थापित करा