सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : ওপৰৰ পৰা তলৰ ফালে অনা কার্য
उदाहरणे : কুঁৱলীৰ কাৰণে উৰাজাহাজ অৱতৰণত অসুবিধা হৈছে
समानार्थी : অৱতৰণ
अर्थ : থিয় হৈ থকা কোনো বস্তুক হাউলিবলৈ প্রবৃত্ত কৰা
उदाहरणे : ফল চিঙিবৰ কাৰণে ডালবোৰ তললৈ নমোৱা হয়
समानार्थी : হাউলা
अर्थ : ওপৰৰ পৰা তলৰ ফালে অনা
उदाहरणे : মোহনে ট্রাকৰ পৰা বস্তু নমাই আছে
स्थापित करा