सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : কোনো কামৰ কাৰণে বহুতৰ মাজৰ পৰা এজনক বা কিছুমানক প্রতিনিধি হিচাপে বাচনি কৰা কার্য
उदाहरणे : আগন্তুক লোকসভাৰ নি্র্বাচন প্রস্তুতি আৰম্ভ হৈ গৈছে
समानार्थी : ইলেকচন
अर्थ : নি্র্বাচিত বস্তু বা ব্যক্তি
उदाहरणे : এই পদটোৰ কাৰণে আপোনাৰ নি্র্বাচন প্রশংসাৰ যোগ্য
समानार्थी : পচন্দ
स्थापित करा