सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : ফল আদি বেয়া হোৱা বা গলিবলৈ ধৰা কার্য
उदाहरणे : পাচিত ৰখা ফলবোৰ গেলিছে
समानार्थी : গেলা, টেঙা হোৱা
अर्थ : অধিক সময় ধৰি পৰি থকাৰ কাৰণে যি দুর্গন্ধযুক্ত বা পচিবলৈ ধৰিছে
उदाहरणे : ভিখাৰীয়ে পঁ্চা খাদ্য খাই আছে
अर्थ : গেলিবলৈ বা পচিবলৈ ধৰা শস্য বা ফল বিশেষ
उदाहरणे : খেতিয়কজনে পঁ্চা ঘেঁহুবোৰ ৰʼদত শুকুৱাই আছে
समानार्थी : উৱলা
स्थापित करा