सदस्य बने
पृष्ठाचा पत्ता क्लिपबोर्डवर कॉपी केला आहे.
अर्थ : ফল আদি পূৰঠ হোৱাৰ পিছত খোৱাৰ উপযোগী হোৱা
उदाहरणे : পাচিটোৰ গোটেইবোৰ আম পকা
समानार्थी : পৰিপক্ক হোৱা
अर्थ : দিশ পৰিব্্র্তন ্ কৰা
उदाहरणे : সি ঘৰৰ পৰা স্কুললৈ যাবলৈ ওলাই পুখুৰীৰ ফালেহে ঘূৰি গʼল
समानार्थी : ঘূৰা, ঘূৰি যোৱা, পাক দিয়া, মূৰ লোৱা
अर्थ : ঘূৰাই দিয়া বা পকাই প্রয়োগ কৰা কার্য:নিৰাজে ভুল কৰাত শিক্ষকে তাৰ কাণ পকাই দিলে
उदाहरणे :
समानार्थी : ঘূৰা, ঘূৰোৱা, পকাই দিয়া, পকোৱা, মোহাৰি দিয়া, মোহৰা
अर्थ : পূৰঠ হোৱাৰ পিছত খাবলৈ উপযোগী হোৱা অৱস্থা বা পক ধৰা
उदाहरणे : তেওঁ ্ পকা আম খাই আছে
समानार्थी : পৰিপক্ক
अर्थ : কোনো কাম কৰাৰ বাবে যিজন বিশেষভাৱে যোগ্য
उदाहरणे : অর্জুন ধনুবিদ্যাত নিপুণ আছিল
समानार्थी : অভিজ্ঞ, অভ্যস্ত, কার্যকুশল, কুশল, দক্ষ, নিপুণ, পক্ক, পটু, পাকৈত, পার্গত, পাৰঙ্গত, প্রবীণ, পৰিপক্ক, বিচক্ষণ, সিদ্ধহস্ত
अर्थ : পুঁজেৰে ভৰি থকা
उदाहरणे : গেলা ফোঁহাটো সদায় চফা কৰা উচিত
समानार्थी : গেলা
स्थापित करा